স্পন্দন||ছেপ্টেম্বৰ ২০২০|| spondon||September 2020

 স্পন্দন ই আলোচনী

প্ৰথম সংখ্যা: ছেপ্টেম্বৰ ২০২০

স্পন্দনৰ প্ৰথম সংখ্যা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ল। আমি আশাবাদী আপোনালোকে আমাৰ এই সংখ্যা অতি মৰমেৰে আদৰি ল'ব। 


স্পন্দন ই আলোচনীৰ এই সংখ্যাৰ বেটুপাত সোৱণি কৰিছে নীলপৱন বৰুৱা দেৱৰ এখনি হৃদয়স্পৰ্শী ছবিয়ে। এই ক্ষেত্ৰত আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। লগতে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াইছে মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সমুজ্জল শইকীয়া দেৱে। তেখেতলৈও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।



স্পন্দনৰ দ্বিতীয় সংখ্যা (অক্টোবৰ ২০২০) প্ৰকাশৰ প্ৰস্তুতি চলায় থকা হৈছে। দ্বিতীয় সংখ্যা প্ৰকাশৰ বাবে আপোনালোকৰ লিখনি আহ্বান কৰা হৈছে। আপোনালোকৰ লিখনি সমূহ হোৱাটছএপ্প নাইবা ই-মেইল যোগে টাইপিং কৰি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনি সমূহৰ লগত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক।


স্পন্দনৰ এই সংখ্যা পঢ়িবৰ বাবে তলৰ ডাউনলোড লিংকটো ক্লিক কৰক

আমাৰ যোগাযোগ:

ই-মেইল: spondonemagazine@gmail.com

WhatsApp: 6002909398


আলোচনীখন শ্বেয়ৰ কৰক

Post a Comment

0 Comments