স্পন্দন|| অক্টোবৰ ২০২০|| SPONDON|| OCTOBER 2020

স্পন্দন ই আলোচনী

দ্বিতীয় সংখ্যা: অক্টোবৰ ২০২০



"স্পন্দন ই আলোচনী" ৰ দ্বিতীয় সংখ্যা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ল। আমি আশাবাদী আপোনালোকে আমাৰ এই সংখ্যাকো প্ৰথম সংখ্যাৰ দৰেই অতি মৰমেৰে আদৰি ল'ব।



"স্পন্দন ই আলোচনী"ৰ এই সংখ্যাৰ বেটুপাত শুৱণি কৰিছে আত্ৰেয় কাকতিৰ দ্বাৰা সংগ্ৰহীত এখনি মনোমোহা আলোকচিত্ৰই। এই ক্ষেত্ৰত আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। 



স্পন্দনৰ তৃতীয় সংখ্যা (নৱেম্বৰ ২০২০) প্ৰকাশৰ প্ৰস্তুতি চলাই থকা হৈছে। তৃতীয় সংখ্যা প্ৰকাশৰ বাবে আপোনালোকৰ লেখা আহ্বান কৰা হৈছে। আপোনালোকৰ লেখাসমূহ হোৱাটছএপ্প নাইবা ই-মেইল যোগে টাইপিং কৰি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনিসমূহৰ লগত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক।


স্পন্দনৰ এই সংখ্যা পঢ়িবৰ বাবে তলৰ ডাউনলোড লিংকটো ক্লিক কৰক

আমাৰ যোগাযোগ:

ই-মেইল: spondonemagazine@gmail.com

WhatsApp: 6002909398


আলোচনীখন শ্বেয়ৰ কৰক

Post a Comment

0 Comments