স্পন্দন ই আলোচনী
তৃতীয় সংখ্যা: নবেম্বৰ ২০২০
"স্পন্দন ই আলোচনী"ৰ এই সংখ্যাৰ বেটুপাত শুৱণি কৰিছে আত্ৰেয় কাকতিৰ দ্বাৰা সংগ্ৰহীত এখনি মনোমোহা আলোকচিত্ৰই। এই ক্ষেত্ৰত আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ।
স্পন্দনৰ চতুৰ্থ সংখ্যা (ডিচেম্বৰ ২০২০) প্ৰকাশৰ প্ৰস্তুতি চলাই থকা হৈছে। চতুৰ্থ সংখ্যা প্ৰকাশৰ বাবে আপোনালোকৰ লেখা আহ্বান কৰা হৈছে। আপোনালোকৰ লেখাসমূহ হোৱাটছএপ্প নাইবা ই-মেইল যোগে টাইপিং কৰি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনিসমূহৰ লগত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক।
স্পন্দনৰ এই সংখ্যা পঢ়িবৰ বাবে তলৰ ডাউনলোড লিংকটো ক্লিক কৰক
আমাৰ যোগাযোগ:
ই-মেইল: spondonemagazine@gmail.com
WhatsApp: 6002909398
আলোচনীখন শ্বেয়ৰ কৰক




0 Comments