Spondon||January 2021||স্পন্দন||জানুৱাৰী ২০২১||

   

স্পন্দন ই আলোচনী

পঞ্চম সংখ্যা: জানুৱাৰী ২০২১











"স্পন্দন ই আলোচনী" ৰ পঞ্চম সংখ্যাটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ল। আমি আশাবাদী আপোনালোকে আমাৰ এই সংখ্যাকো আগৰ সংখ্যাবোৰৰ দৰেই অতি মৰমেৰে আদৰি ল'ব।







"স্পন্দন ই আলোচনী"ৰ এই সংখ্যাৰ বেটুপাত শুৱণি কৰিছে আত্ৰেয় কাকতিৰ দ্বাৰা সংগ্ৰহীত এখনি মনোমোহা আলোকচিত্ৰই। এই ক্ষেত্ৰত আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। 









স্পন্দনৰ ষষ্ঠম সংখ্যা (ফেব্ৰুৱাৰী ২০২১) প্ৰকাশৰ প্ৰস্তুতি চলাই থকা হৈছে। ষষ্ঠম সংখ্যা প্ৰকাশৰ বাবে আপোনালোকৰ লেখা আহ্বান কৰা হৈছে। আপোনালোকৰ লিখনিসমূহ হোৱাটছএপ্প নাইবা ই-মেইল যোগে টাইপিং কৰি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনিসমূহৰ লগত নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক।


স্পন্দনৰ এই সংখ্যা পঢ়িবৰ বাবে তলৰ ডাউনলোড লিংকটো ক্লিক কৰক

আমাৰ যোগাযোগ:

ই-মেইল: spondonemagazine@gmail.com

WhatsApp: 6002909398


আলোচনীখন শ্বেয়ৰ কৰক

Post a Comment

1 Comments